ঔষধি উদ্ভিদ: উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ পৰৱৰ্তী গোলকীয় বোটানিকেল এক্সট্ৰেক্ট উদ্যোগ গঢ়ি তুলিব পাৰিবনে?
দ্যা নৰ্থইষ্ট ৰেনেশাঁ চিৰিজ (উত্তৰ-পূব নৱজাগৰণ শৃংখলা) ভাৰতীয় বজাৰৰ ২৫,০০০–৪০,০০০ কোটি টকাৰ সম্ভাৱনা আৰু এক বিশাল বৈশ্বিক ভৱিষ্যতৰ দিশে যোৱা কেইবা শতিকা ধৰি ওষধি উদ্ভিদসমূহক কেৱল নিৰাময়ৰ বাবেহে গুৰুত্ব দিয়া হৈছিল। কিন্তু একবিংশ শতিকাই ইয়াৰ ভিতৰত নিহিত হৈ থকা অণু বা মলিকিউলসমূহৰ (molecules) বাবে ইয়াক আৰু অধিক মূল্য প্ৰদান কৰিব। মানৱ ইতিহাসৰ বেছিভাগ সময়তেই ঔষধি…
