চিলিকন স্বাধীনতাৰ যুদ্ধ: চিপছ কিয় নতুন তৈল সম্পদ হিচাপে বিবেচিত হৈছে
NVIDIA, TSMC আৰু ASML-এ কেনেকৈ নিয়ন্ত্ৰণ কৰিছে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশলগত উদ্যোগ বিংশ শতিকাক শক্তি যোগাইছিল তেল (Oil) বা খনিজ ইন্ধনে। একবিংশ শতিকাক শক্তি যোগাইছে ছেমিকণ্ডাক্টৰে। আজিৰ প্ৰতিটো AI model, smartphone, বিদ্যুৎ চালিত বাহন, যুদ্ধ বিমান, উপগ্ৰহ, data centre আৰু উদ্যোগিক ৰবট (industrial robot) নিৰ্ভৰ কৰিছে কিছুমান ক্ষুদ্ৰ চিলিকন চিপছৰ (silicon chips) ওপৰত, যিবোৰ সাধাৰণ…
